FreeMind হ’ল তথ্য সজোৱা এটা Application. ইয়াৰ সহায়ত তথ্যবোৰক পৰ্যায়ক্ৰমে এটা ঢাপৰ পৰা আন এটা ঢাপলৈ সজাব পাৰি| যিকোনো নতুন কাম এটা আৰম্ভ কৰিবলৈ হ’লে প্ৰথমে যেনেকৈ তথ্যখিনি গোটাব লাগে আৰু সেইবোৰক শ্ৰেণীবিভাজন কৰি ৰাখিব লাগে; FreeMind ব্যৱহাৰ কৰি সেইখিনি কাম অতি সোনকালে কৰিব পাৰি| | FreeMind হ’ল তথ্য সজোৱা এটা Application. ইয়াৰ সহায়ত তথ্যবোৰক পৰ্যায়ক্ৰমে এটা ঢাপৰ পৰা আন এটা ঢাপলৈ সজাব পাৰি| যিকোনো নতুন কাম এটা আৰম্ভ কৰিবলৈ হ’লে প্ৰথমে যেনেকৈ তথ্যখিনি গোটাব লাগে আৰু সেইবোৰক শ্ৰেণীবিভাজন কৰি ৰাখিব লাগে; FreeMind ব্যৱহাৰ কৰি সেইখিনি কাম অতি সোনকালে কৰিব পাৰি| |